কোন দেশক কি বুলি কোৱা হয়?দেশসমূহৰ অন্য এটি নাম||Assamese GK-Famous Place of the World
![]() |
| দেশৰ অন্য নাম |
প্রঃ কোন ঠাইক ডার্ক কন্টিনেন্ট বােলা হয় ?
উঃ আফ্রিকা।
প্রঃ কোন দেশ নীল নদীৰ দান?
উঃ মিচৰ।
প্রঃ কোন দেশক সূর্যোদয়ৰ দেশ বােলা হয় ?
উঃ জাপানক।
প্রঃ আটাইতকৈ জাকজমকতাপূর্ণ চহৰ কোনখন?
উঃ ওৱাছিংটন।
প্রঃ নির্জন ঠাই ক'ত ?
উঃ চাইবেৰিয়াত। প্রতিবর্গমাইলত ১ জন লােকে বাস কৰে।
প্রঃ পৃথিৱীৰ ভিতৰতত আটাইতকৈ কম পৰিমাণে বৃষ্টিপাত হােৱা ঠাই কোনখন?
উঃ মিছৰ।
![]() |
| দেশৰ অন্য নাম |
প্রঃ সর্বাধিক ভূমিকম্প হােৱা ঠাইৰ নাম কি?
উঃ জাপান।
প্রঃ কোন দেশক প্ৰাচ্যৰ পেৰিচ বােলা হয় ?
উঃ চীনৰ চাংহাই বন্দৰক প্ৰাচ্যৰ পেৰিচ বােলা হয়।
প্রঃ কোন দেশক পিৰামিডৰ চহৰ বােলা হয় ?
উঃ কাইবােক।
প্রঃ নিষিদ্ধ নগৰী কোনখন?
উঃ লাচা।
প্রঃ আকাশলঙঘী মহানগৰ কোনখন?
উঃ নিউইয়র্ক।
প্রঃ বগা হাতীৰ দেশ কোনখন?
উঃ থাইলেণ্ড
![]() |
| দেশৰ অন্য নাম |
প্রঃ কোনখন দেশক চিৰবসন্তৰ দেশ বােলা হয় ?
উঃ চুইজাৰলেণ্ড
প্রঃ সমুদ্র বন্ধু দেশ কোনখন?
উঃ গ্রেট বৃটেইন
প্রঃ সােনালী উলৰ দেশ কোনখন?
উঃ অষ্ট্রেলিয়া।
প্রঃ পৃথিৱীৰ মুধচ বুলি কোন দেশক কোৱা হয়।
উঃ পামিৰ মালভূমি।
প্রঃ ভূস্বর্গ কোন ঠাইক বােলে ?
উঃ কাশ্মীৰক।


