অসমীয়া প্ৰবাদ বাক্য ইংৰাজী ভাষাত ৰূপান্তৰ PROVERBS

0

অসমীয়া প্ৰবাদ বাক্য- ইংৰাজী ভাষাৰপৰা অসমীয়া ভাষাত ৰূপান্তৰ 

অসমীয়া প্ৰবাদ বাক্য ইংৰাজী ভাষাত ৰূপান্তৰ
অসমীয়া প্ৰবাদ বাক্য




A friend in need is a friend indeed
বিপদৰ বন্ধু আচল বন্ধু


Hope sustains life
মানুহ আশাত জীয়াই থাকে


The wearer best knows where the shoe pinches
যাৰ ব্যথা সি হে বুজে


Tit for tat
যেন কুকুৰ তেন টাঙোন


Fate is inevitable
ভাগ্যৰ লিখন খণ্ডাৱ নোৱাৰে


Charity begins at home
দান ঘৰতে আৰম্ভ হয়


An empty vessel makes much noise
বাহিৰত ৰং চং ভিতৰত কোৱা ভাতুৰী


To blow one's own trumpet
নিজৰ ঢোল নিজে পিটা


To indulge in one's praise
নিজৰ প্ৰশংসা নিজে কৰা


Beauty weeps, fortune enjoys
ৰূপহীয়ে কান্দে ভাগ্যবতীয়ে আনন্দ কৰে


As you sow, so you reap
ৰুলে কাটিবলৈ পায়


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top