সাধাৰণ জ্ঞানৰ কেইটামান প্রশ্ন আৰু উত্তৰ GK in Assamese

0
সাধাৰণ জ্ঞানৰ কেইটামান প্রশ্ন আৰু তাৰ উত্তৰ অসমীয়া ভাষাত General Knowledge question and answer in Assamese language
সাধাৰণ জ্ঞান Assamese Gk
সাধাৰণ জ্ঞান



ইয়াণ্ডাবু সন্ধি কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল? 
= ইং ১৯২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত, ইংৰাজ আৰু মানৰ মাজত। 


নীল নদীৰ পাৰত গঢ় লোৱা প্ৰাচীন সভ্যতাটোৰ নাম কি? 
= মিচৰীয়া সভ্যতা। 


জৈন ধৰ্মৰ প্রৱৰ্তক কোন? 
= মহাবীৰ। 


জাতকমালাত কাৰ জন্ম কাহিনী আছে? 
= গৌতম বুদ্ধৰ


এলাহাবাদ প্ৰশস্তিৰ ৰচক কোন? 
= হৰিসেন। 


ব্ৰাহ্মসমাজৰ প্ৰতিষ্ঠাতা কোন? 
= ৰাজা ৰামমোহন ৰায়। 


আৰ্যসমাজৰ প্ৰতিষ্ঠাতা কোন? 
= স্বামী দয়ানন্দ সৰস্বতী। 


ইচলাম ধৰ্মৰ প্ৰৱৰ্তক কোন? 
= হজৰত মহম্মদ। 


খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰৱৰ্তক কোন? 
= যীশু খ্রীষ্ট


শিখ ধৰ্মৰ প্ৰৱৰ্তক কোন? 
= গুৰুনানক। 


ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা কোন? 
= এলান অক্টোভিয়ান হিউম।


পাৰ্চীসকল কিহৰ উপাসক? 
= অগ্নিৰ। 


পাৰ্চীসকলে ঈশ্বৰক কি বোলে? 
= অহুৰ  মাজদা। 


শিখসকলৰ শেষ গুৰু কোন? 
= গুৰু গোবিন্দ সিংহ। 


চিপাহী বিদ্ৰোহৰ নেতৃত্ব দিয়া ভাৰতীয় মহিলা গৰাকী কোন আছিল? 
= ঝাণ্সীৰ ৰাণী লক্ষ্মীবাঈ। 



Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top