HomeAssamese PoemSwarup Assamese Poem written by Amulya Barua || Amulya Baru Swarup Assamese Poem written by Amulya Barua || Amulya Baru Author August 12, 2019 0 Assamese Poem Swarup Wriiten By Amulya Barua || Assamese Medium Swarup Assamese poem by Amulya Barua অসমীয়া কবিতা স্বৰূপ কবি অমূল্য বৰুৱা স্বৰূপ বাস্তৱত দেখিলোঁ প্রিয়া হাৰা মই সৰগৰ প্ৰেমৰ মন্দাকিনী ল'ই মিছাতেই হায় আত্মহাৰা হই বােৱালোঁ প্ৰেমৰ নই। মিছা মিছা হায় জগতৰ মায়া পাহৰিলোঁ মই আপােন কথা প্রিয়া মাথোঁ মােৰ শুভ্র ছায়া নিৰৱ কোণৰ অকণি দয়া। প্ৰেমৰ মদিৰা মৰণে চুমি কাকনাে মিছাতে ফুৰিলোঁ জুমি কায়া ছায়া হীন। বিপুল বাসনা সেয়েহে তুমি। তেতিয়াৰে কাৰ কেচুৱা অৰুণে সেউজী বনত মাৰিলে আঁক মােৰ হৃদয়ৰ দূৰ সীমনাত আজিওতাে আছে সােণালী দাগ। - অমূল্য বৰুৱা Amulya Barua "Swarup" Assamese Poem All Assamese Poem Written By Amulya Barua :BandanaHiyar Batori Hundor Hukh Tags Amulya Barua Assamese Poem Facebook Twitter Whatsapp Share to other apps Swarup Assamese Poem written by Amulya Barua || Amulya Baru Amulya Barua Newer Older