৬০ টা গুৰুত্বপূর্ণ কুইজ||সাধাৰণ জ্ঞানৰ জানিবলগীয়া বহু তথ্য||বিশ্ব কুইজ||কুইজ আৰু কুইজ
![]() |
| কুইজ |
১ প্রঃ। বিশ্বৰ সর্বপ্রথম মহিলা মহাকাশযাত্রী কোন?
উঃ ভেলেনটিনা ভুলাদিমিৰ ভনা টেৰিছক'ভা (ৰাছিয়া)।
২ প্রঃ। বিশ্বৰ সর্বপ্রথম মহিলা ৰাষ্ট্রপতি কোন?
উঃ মেৰিয়া এচলটেলা পার্চন (আজেন্টিনা)
৩ প্রঃ। বিশ্বত সর্বপ্রথম বুকাৰ বঁটা’ কোনে লাভ কৰে?
উঃ পি. এইচ. নিউৱাই।
৪ প্রঃ। কুইজ’ শব্দটোৰ অর্থ কি?
উঃ লেটিন ভাষাত কুইজ মানে হ’ল কি বা কোন। কৌতুহল বুজাবলৈ এই শব্দটো ব্যৱহাৰ কৰা হয়। সাম্প্রতিক অর্থত ই হল জ্ঞানৰ তাৎক্ষণিক পৰীক্ষা।
৫ প্রঃ। কোন হত্যাৰ ফলত প্রথম বিশ্বযুদ্ধৰ সূত্রপাত হয়?
উঃ অষ্ট্ৰিয়াৰ সম্রাট আর্কডিউক ফ্রান্স ফার্দিনান্দক পত্নীৰ সৈতে গুলিয়াই হত্যা কৰে। এই হত্যাকাণ্ডৰ পিছতেই প্রথম বিশ্বযুদ্ধৰ সূত্রপাত হয়।
৬ প্রঃ। পৰমাণুৰ গঠন (Structure of Atom) তত্ত্বৰ আৱিষ্কাৰ কোনে কেতিয়া কৰে?
উঃ আর্নেষ্ট দাৰফোর্ড, হাঞ্চ গাইগাৰ আৰু আর্নেষ্ট মাডেনে ইং ১৯১১ চনত।
৭ প্রঃ। চিনেমাৰ সর্বশ্রেষ্ঠ পুৰস্কাৰ 'অস্কাৰ বঁটা’ কেতিয়া প্ৰৱৰ্তন কৰা হয় ?
উঃ ইং ১৯২৭ চনত।
৮ প্রঃ। সর্বপ্রথম অস্কাৰ বঁটা লাভ কৰা চিনেমাখনৰ নাম কি?
উঃ উইংচ।
৯ প্রঃ। কোনটো ঘটনাৰ পৰা দ্বিতীয় বিশ্বযুদ্ধৰ সূচনা হােৱা বুলি কোৱা হয় ?
উঃ জার্মানীয়ে পােলেণ্ডৰ ওপৰত আক্রমণ কৰাৰ পৰাই।
১০ প্রঃ। বিশ্বৰ নবীনতম দেশৰ নাম কি?
উঃ দক্ষিণ সুদান। ৯ জুলাই ২০১১, সৰকাৰী ভাষা ইংৰাজী। ৰাজধানী—যুবা।
১১ প্রঃ। সর্বপ্রথমে.ভাৰতত ডাক টিকটৰ প্ৰচলন কেতিয়া আৰু ক'ত হয় ?
উঃ ইং ১৮৫২ চনত অবিভক্ত ভাৰতৰ সিন্ধু প্রদেশত প্রচলিত হয়।
১২ প্রঃ। ভাৰতৰ ৰির্জাভ বেঙ্ক কেতিয়া প্রতিষ্ঠা হৈছিল?
উঃ ইং ১৯৩৫ চনত।
১৩ প্রঃ। মানুহৰ শৰীৰৰ কোন অংশৰ পৰা বাইল ৰস ওলায় ?
উঃ- লিভাৰৰপৰা।
১৪ প্রঃ। নিউইয়র্ক চহৰৰ পুৰণি নাম কি আছিল ?
উঃ নিউ আমষ্টাৰডাম।
১৫ প্রঃ। মিছা কথা ধৰা পেলােৱা যন্ত্ৰটোৰ নাম কি?
উঃ পলিগ্রাফ।
১৬ প্রঃ। ভিটামিন আবিস্কাৰ কোনে কৰিছিল ?
উঃ ১৯১২ চনত বিজ্ঞানী ফ্রাঙ্ক।
১৭ প্রঃ। ইংৰাজীত স্কুল কথাটো ক'ৰ পৰা আহিছে ?
উঃ গ্রীক শব্দৰ পৰা।
১৮ প্রঃ। কোন ভাৰতীয় ১৮টা ভাষাত এম.এ কৰিছিল, আৰু ৩৪টা ভাষাত পান্ডিত্য অর্জন কৰিছিল ?
উঃ হৰিনাথ দে।
১৯ প্রঃ। কোনে প্রথম জনগণনা আৰম্ভ কৰে?
উঃ লর্ড মেও।
২০ প্রঃ। ২০১২ চনৰ অলিম্পিক ক'ত অনুষ্ঠিত হৈছিল?
উঃ লণ্ডনত।
২১ প্রঃ। F-M কথাৰ অর্থ কি?
উঃ FREQUENCY MODULATION।
২২ প্রঃ। বিশ্বৰ প্রথম টেষ্ট মেচ খেল কেতিয়া আৰম্ভ হয়, আৰু কোন, কোন দেশ অংশগ্রহণ কৰে ?
উঃ ১৮৭৭ চনত অষ্ট্রেলিয়া বনাম ইংলেন্ড।
২৩ প্রঃ। ইন্টাৰনেট কি?
উঃ ই হৈছে বিশ্বৰ লগত যােগাযােগৰ আধুনিকতম মাধ্যম।
২৪ প্রঃ। এটা ক্রিকেট বলৰ ওজন কিমান?
উঃ ১৪৬ পৰা ১৪৯ গ্রাম।
২৫ প্রঃ। ক্রিকেট বেটৰ ওজন কিমান?
উঃ ২ পাউন্ড ৩ আউনচ।
২৬ প্রঃ। ক্রিকেট বেট কিমাপ বহাল হয় ?
উঃ ৪ আৰু ১/২ ইঞ্চি।
২৭ প্রঃ। বিশ্বৰ সৰ্বাধিক ধনী দেশ কোনখন?
উঃ চুইজাৰলেণ্ড।
২৮ প্রঃ। ক্রিকেট খেল প্রথম আৱিষ্কাৰ কোনে কৰে?
উঃ ৪৩০০ খ্রীষ্টপূর্বে ইংলণ্ডৰ ৰজা এডৱার্ড ওৱানৰ দিনত।
২৯ প্রঃ। ভাৰতে বিশ্বকাপ ক্রিকেটত কোন কোন চনত বিজয়ী হয় ?
উঃ ইং ১৯৮৩, ২০১১ চনত।
৩০ প্রঃ। বর্তমান পৃথিবীৰ উচ্চতম অট্টালিকা কোনখন?
উঃ বুর্জ খলিফা (ডুবাই)।
৩১ প্রঃ। মহাত্মা গান্ধীক, জাতিৰ পিতা উপাধি কোনে দিছিল ?
উঃ সুভাষচন্দ্র বসু।
৩২ প্রঃ। ভাৰতৰ দ্রুততম ৰেলখনৰ নাম কি?
উঃ জন শতাব্দী এক্সপ্রেস।
৩৩ প্রঃ। কোন ব্যক্তি স্বাধীনতাৰ বাবে তাৰ নিজৰ সর্বস্ব ত্যাগ কৰিছিল?
উঃ দেশ বন্ধু চিত্তৰঞ্জন দাস।
৩৪ প্রঃ। অন্ধ মানুহৰ লিখাপঢ়াৰ পদ্ধতিটিৰ নাম কি?
উঃ লুই ব্রেইল পদ্ধতি।
৩৫ প্রঃ। কি কাঠৰ ক্রিকেট বেট তৈয়াৰ কৰা হয় ?
উঃ উইলাে কাঠ।
৩৬ প্রঃ। লন্ডনৰ আগতে ইংলেণ্ডৰ ৰাজধানী ক'ত আছিল ?
উঃ উইন চেষ্টাৰত।
৩৭ প্রঃ। কোন দেশৰ মানুহে আটাইতকৈ বেছি চকলেট খায়?
উঃ চুইজাৰলেণ্ডৰ মানুহে।
৩৮ প্রঃ। লিখি পৰীক্ষা দিয়াৰ নিয়ম কেতিয়া আৰম্ভ হয় ?
উঃ ১৭০২ খ্রীষ্টাব্দ। ইংলেন্ডৰ কেম্বুিজ ট্রিনিটি কলেজত সর্বপ্রথম লিখি পৰীক্ষা দিয়াৰ নিয়ম আৰম্ভ হয়।
৩৯ প্রঃ। মানুহৰ দেহৰ আটাইতকৈ ডাঙৰ ইন্দিয় কোনখন?
উঃ দেহৰ ছাল
৪০ প্রঃ। অলিম্পিক পাঁচখন ৰিং চিন থাকে; ইয়াৰ মানে কি?
উঃ পাঁচ খন মহাদেশৰ প্রতীক।
৪১ প্রঃ। ২০১১ বিশ্বকাপ ক্রিকেটত ফাইনাল মেচ খনত মেন অব দ্যা মেচ কোন হয় ?
উঃ মহেন্দ্র সিং ধােনি।
৪২ প্রঃ। একদিনৰ ক্ৰিকেটত সর্বোচ্চ ৰান কাৰ দখলত ?
উঃ শচীন তেন্ডুলকাৰ। ২০১০ চনত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে ১৪৭ বলত ২০০ ৰান কৰি নট আউট থাকি যায়।
৪৩ প্রঃ। বর্তমান পৃথিবীৰ সপ্তাশ্চর্য আশ্চর্য কি কি?
উঃ (১) আগ্রাৰ তাজমহল,
(২) চীনৰ প্ৰাচীৰ,
(৩) মেক্সিকোৰচিচেল ইজ্জা,
(৪) ব্রাজিলৰ ষ্টেচু অব দা খাইষ্ট দা ৰিমাৰ,
(৫) পেৰুৰ মাচু পিছু,
(৬) জর্ডানৰ পেট্রা,
(৭) আৰু ৰােমৰ কলােছিয়াম।
৪৪ প্রঃ। পৃথিৱীৰ বৃহত্তম জনবহুল মহানগৰী কি?
উঃ টকিঅ'।
৪৫ প্রঃ। কোন দেশৰ ৰাজধানী একুৰি দ্বীপত অৱস্থিত?
উঃ চুইডেনৰ ৰাজধানী স্টকহম।
৪৬ প্রঃ। পৃথিৱীৰ উচ্চতম বিমানবন্দৰ কি?
উঃ বাংডা (চীন দেশ)
৪৭ প্রঃ। পৃথিৱীৰ প্রাচীনতম ৰাজধানী চহৰখনৰ নাম কি?
উঃ দামাস্কাচ (খৃঃ পূঃ ২০০০ ত প্রতিষ্ঠিত)
৪৮ প্রঃ। পৃথিৱীৰ সর্বাধিক আগ্নেয়গিৰি থকা দেশখনৰ নাম কি?
উঃ ইন্দোনেচিয়া। ৬৬৭টা আগ্নেগিৰি আছে।
৪৯ প্রঃ। কোনখন দেশত নদ,নদী, হ্রদ বিল আদি একোৱেই নাই?
উঃ কুৱেইট।
৫০ প্রঃ। কোন দুখন মহাদেশত বান্দৰ নাই?
উঃ অষ্ট্রেলিয়া আৰু কুমেৰু।
৫১ প্রঃ। বিশ্বৰ সর্ববৃহৎ তেল শােধানাগাৰটোৰ নাম কি?
উঃ আবাদন (ইৰাণ)
৫২ প্রঃ। ৰাষ্ট্ৰসংঘৰ সদস্য দেশৰ সংখ্যা কিমান ?
উঃ ১৯৩খন।
৫৩ প্রঃ। এভাৰেষ্টৰ শৃঙ্গত আৰােহণ কৰা বিশ্বৰ সর্বপ্রথম মহিলা কোন?
উঃ জনক’ টাবাই (জাপান)।
৫৪ প্রঃ। শঙ্কৰদেৱে শৰণ দিয়া প্রথম মহিলা গৰাকীৰ নাম কি?
উঃ ৰাধিকা শান্তি।
৫৫ প্রঃ। আজান ফকিৰৰ আচল নাম কি?
উঃ ছাহ মিলন।
৫৬ প্রঃ। বিশ্বৰ কোনখন দেশত সর্বপ্রথমে আকাশী ডাক সেৱা প্রতিষ্ঠা হয় ?
উঃ ভাৰতত। ইং ১৯১১ চনৰ ফেব্ৰুৱাৰী মাহৰ ১৮ তাৰিখে।
৫৭ প্রঃ। কোন অসমীয়া মহিলাই নাতিয়েকৰ নাতিয়েকৰ লগত কথা পাতিছে?
উ : বৰপেটা জিলাৰ বজালী অঞ্চলৰ গােবিন্দপুৰ গাঁৱৰ ধৰণী কান্ত ডেকাৰ পত্নী শ্রীমতী দ্রৌপদী ডেকা।
৫৮ প্রঃ। জাপানত অনুষ্ঠিত হোৱা বােলছবি মহােৎসৱলৈ এখন অসমীয়া ছবি আমন্ত্রিত হৈছিল। ছবিখন নাম কি ?
উঃ সান্ত্বনা বৰদলৈৰ অদাহ্য।
৫৯ প্রঃ। অসম চৰকাৰে আগবঢ়োৱা অমল প্রভা দাস বঁটা ১৯৯৭ চনত কোনে পায় ?
উ : ভাৰতৰ বিশিষ্ট সমাজ সেৱিকা ডাঃ সুশীলা নায়াৰে।
৬০ প্রঃ। ১৯৯৭ চনত সৰ্বভাৰতীয় দেহশ্রী প্রতিযােগিতাত কোন অসমীয়া ডেকাই চেম্পিয়নশ্বিপ অর্জন কৰে ?
উ : বিজিত গগৈ।
~সংগৃহীত
