কবি-পদ্মধৰ চলিহা দেৱৰ স্বদেশপ্রেম কবিতাটি|| অসমীয়া কবিতা||স্বদেশপ্রেমৰ জাতীয় চেতনাৰ কবিতা

0

কবি-পদ্মধৰ চলিহা দেৱৰ স্বদেশপ্রেম কবিতাটি|| অসমীয়া কবিতা||স্বদেশপ্রেমৰ জাতীয় চেতনাৰ কবিতা

কবি-পদ্মধৰ চলিহা দেৱৰ স্বদেশপ্রেম কবিতাটি|| অসমীয়া কবিতা||স্বদেশপ্রেমৰ জাতীয় চেতনাৰ কবিতা
অসমীয়া কবিতা


স্বদেশপ্রেম 


                কবি: পদ্মধৰ চলিহা 


ধৰেনে জনম কেৱে এই মৰতত 


শিলাময় কৰি তাৰ হিয়া, 


“এয়ে মােৰ জন্মভূমি” বুলি মনে মনে 


এবাৰাে যি কোৱা নাইকিয়া ? 


আনৰ দেশৰপৰা উলটি আহোঁতে 


ফুৰি চাকি ঘৰমুৱা হৈ, 


জ্বলা নাই হিয়া যাৰ স্বদেশপ্রেমেৰে 


আছে নে কোনােবা এনে অ'ই? 


আছে যদি এনে কোনাে এনে কাঠ-চিত 


চিনি থ’বা তাক ভালকৈ, 


তাৰ বাবে গায়কৰ উচ্ছাস উথলি 


নুঠে তাৰ গুণ গাবলৈ। 


থাকক থাকিলে তাৰ ডাঙৰ উপাধি 


জগতত ফটা-ফুটা নাম, 


থাকক থাকিলে তাৰ বিভূতি-বৈভৱ, 


বাসনাই ঢুকি পােৱা মান। 


(কিন্তু তেনে স্বার্থপৰ দুৰকপলীয়া 


নাপায় খিয়াতি জনমত, 


দুগুণ মৰণ ভূগি ধূলিৰ মানুহ 


মিলি যাব ধূলিৰ লগত।) 


কবি-পদ্মধৰ চলিহা দেৱৰ স্বদেশপ্রেম কবিতাটি|| অসমীয়া কবিতা||স্বদেশপ্রেমৰ জাতীয় চেতনাৰ কবিতা


স্বদেশপ্রেম 


কবি: পদ্মধৰ চলিহা 


ধৰেনে জনম কেৱে এই মৰতত 


শিলাময় কৰি তাৰ হিয়া, 


“এয়ে মােৰ জন্মভূমি” বুলি মনে মনে 


এবাৰাে যি কোৱা নাইকিয়া ? 


আনৰ দেশৰপৰা উলটি আহোঁতে 


ফুৰি চাকি ঘৰমুৱা হৈ, 


জ্বলা নাই হিয়া যাৰ স্বদেশপ্রেমেৰে 


আছে নে কোনােবা এনে অ'ই? 


আছে যদি এনে কোনাে এনে কাঠ-চিত 


চিনি থ’বা তাক ভালকৈ, 


তাৰ বাবে গায়কৰ উচ্ছাস উথলি 


নুঠে তাৰ গুণ গাবলৈ। 


থাকক থাকিলে তাৰ ডাঙৰ উপাধি 


জগতত ফটা-ফুটা নাম, 


থাকক থাকিলে তাৰ বিভূতি-বৈভৱ, 


বাসনাই ঢুকি পােৱা মান। 


(কিন্তু তেনে স্বার্থপৰ দুৰকপলীয়া 


নাপায় খিয়াতি জনমত, 


দুগুণ মৰণ ভূগি ধূলিৰ মানুহ 


মিলি যাব ধূলিৰ লগত।) 


তাৰ বাবে কেৱে নােটোকে চকুলাে 


কেৱে তাক নকৰে সম্মান, 


কবিয়ে কবিতা ৰচি নকৰে নকৰে 


কেতিয়াও তাৰ গুণ-গান।


 বাবে কেৱে নােটোকে চকুলাে 


কেৱে তাক নকৰে সম্মান, 


কবিয়ে কবিতা ৰচি নকৰে নকৰে 


কেতিয়াও তাৰ গুণ-গান।



Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top