100+ অসমীয়া বিপৰীত শব্দ/বিপৰীতাৰ্থক শব্দ (Antyonms/Opposite Words In Assamese) || Assamese Medium

0

100+ অসমীয়া বিপৰীত শব্দ/বিপৰীতাৰ্থক শব্দ   (Antyonms/Opposite Words In Assamese) || Assamese Medium

 

 a

 


অধীনমুক্ত, স্বাধীন
অতিবৃষ্টিঅনাবৃষ্টি
অলপবেছি
অমৃতগৰল
অভ্যাসঅনভ্যাস
অভাৱউভৈনদী
অনুৰাগবিৰাগ
অনুকূলপ্ৰতিকূল
অধমউত্তম

আকাশপাতাল
আকাৰনিৰাকাৰ
আচলনকল
আচাৰআকাশ
আগপাছ
আপদবিপদ
আপোনপৰ
আধুনিকপ্ৰাচীন
আন্ধাৰপোহৰ
আনন্দবিষাদ
আৱাহনবিসৰ্জন
আনন্দবিষাদ, নিৰানন্দ
আহাৰঅনাহাৰ
আৰম্ভসমাপ্ত
আশানিৰাশা
আশীৰ্বাদঅভিশাপ
অগমনপ্ৰত্যাগমন
আগপাছ
আচাৰঅনাচাৰ
অভ্যাসঅনভ্যাস
আয়ব্যয়
আয়তীবিধবা
আস্থাঅনাস্থা
আস্তিকনাস্তিক
আদিঅন্ত
আপোচবিৰোধ
আকৰ্ষণবিকৰ্ষণ
আৰোহনঅৱৰোহন
আৱশ্যকঅনাৱশ্যক

  

 

ইচ্ছাঅনিচ্ছা
ইয়াততাত
ইহলোকপৰলোক
ইহজন্মপৰজন্ম 

 

উচ্চনীচ
উত্তমঅধম
উত্তৰপ্ৰশ্ন, প্ৰত্যুত্তৰ
উন্নতিঅৱনতি
উথ্থানপতন
উপকাৰঅপকাৰ
উত্তীৰ্ণঅনুত্তীৰ্ণ
উপযুক্তঅনুপযুক্ত
উদয়অস্ত
উৰ্বৰঅনুৰ্বৰ
উপস্থিতঅনুপস্থিত
উন্নতঅনুন্নত
উৎসাহনিৰুৎসাহ

ঊৰ্ধ্বঅধ:

ওখচাপৰ
ওচৰতদূৰত
ওপৰততলত


ক’লাবগা
কঠিনকোমল
কপটঅকপট
কনিষ্ঠজ্যেষ্ঠ
কুটিলসৰল
কৃত্ৰিমঅকৃত্ৰিম

 


খাদ্যঅখাদ্য
খালবাম
খীনশকত
খোলাবন্ধ

 

গুণদোষ
গুৰুশিষ্য
গধুৰপাতল
গহীনচঞ্চল
গমনআগমন
গাঁওনগৰ
গোপনপ্ৰকাশ

 

ঘৰচীয়াবনৰীয়া
ঘাতপ্ৰতিঘাত

 

চেঁচাগৰম
চেতনঅচেতন
চিনাকিঅচিনাকি
চহকীদুখীয়া
চঞ্চলস্থিৰ

 

জটিলসৰল
জনানজনা
জয়পৰাজয়
জন্মমৃত্যু
জাৰজহ
জীৱনমৰণ
জ্ঞানীঅজ্ঞানী

 

টোপনিউজাগৰ

 

ডাঠপাতল
ডেকাবুঢ়া
ডাঙৰসৰু

 

তৰুণবৃদ্ধ
তিৰস্কাৰপুৰস্কাৰ
তপতচেঁচা
তাপশীতল

 

দানপ্ৰতিদান
দৃশ্যঅদৃশ্য
দিনৰাতি
দক্ষিণবাওঁ, উত্তৰ
দয়ালুনিষ্ঠুৰ
দাতাকৃপণ
দীৰ্ঘহ্ৰস্ব
দীঘলচুটি
দীঘবাণি
দেৱতাঅসুৰ
দ্ৰুতমন্থৰ

 

ধনীদুখীয়া
ধৰ্মঅধৰ্ম
ধাৰ্মিকঅধাৰ্মিক

 

নতুনপুৰণি
নিৰ্ভীকভীৰু
নিৰ্মলমলিন
নিৰাকাৰসাকাৰ
নিৰাপদবিপদজনক
নিৰ্দোষীদোষী
নিত্যঅনিত্য
ন্যায়অন্যায়

 

পণ্ডিতমূৰ্খ
পৰিশ্ৰমীএলেহুৱা
পৰিস্কাৰঅপৰিস্কাৰ
পবিত্ৰঅপবিত্ৰ
পুণ্যপাপ
পৰিমিতঅপৰিমিত
প্ৰভুভৃত্য
পুৱাগধূলি
পূৱপশ্চিম
প্ৰাচ্যপাশ্চাত্য
প্ৰাচীনঅৰ্বাচীন, নবীন
প্ৰবেশপ্ৰস্থান
প্ৰবৃত্তিনিবৃত্তি
প্ৰকৃতকাল্পনিক
প্ৰতেক্ষপৰোক্ষ
প্ৰশ্নউত্তৰ
প্ৰকাশঅপ্ৰকাশ , গোপন
প্ৰেৰণানিৰুৎসাহ

 

বিধিনিষেধ
বাদীবিবাদী, প্ৰতিবাদী
ব্যৰ্থসাৰ্থক
বন্ধুশত্ৰু
বাদপ্ৰতিবাদ
বিষঅমৃত
বিস্তৃতসংক্ষিপ্ত
বিনীতগৰ্বিত
বগাক’লা
বিশ্বাসীবিশ্বাসঘাতক
বিদ্যাঅবিদ্যা
বিৰহমিলন
বিনয়গৰ্ব
বৈধঅবৈধ

 

ভালবেয়া
ভক্তিঘৃণা

 

মানঅপমান
মানুহপিশাচ, পশু
মিলনবিৰহ
মিত্ৰশত্ৰু
মুখ্যগৌণ
মিঠাতিতা
মৃদুতীব্ৰ

 

যত্নঅযত্ন, আওকাণ
যশঅপযশ
যোগবিয়োগ

 

ৰূদ্ধমুক্ত
ৰজাপ্ৰজা
ৰোগীনিৰোগী

 


লঘুগুৰু
লাভলোকচান, ক্ষতি
লোভউদাস, নিৰ্লোভ

 

শীতগ্ৰীষ্ম
শুকানতিতা
শোকআনন্দ
শিষ্টঅশিষ্ট
শুভঅশুভ

 

স্থূলসূক্ষ্ম
সভ্যঅসভ্য
সহ্যঅসহ্য
সৎঅসৎ
সহযোগঅসহযোগ
সঁচামিছা
সুখ্যাতকুখ্যাত, অখ্যাত
সুখ্যাতিকুখ্যাতি, অখ্যাতি
স্বাধীনপৰাধীন
সৰলজটিল
সাধুঅসাধু
সজীৱনিৰ্জীৱ
সশ্ৰমবিনাশ্ৰম
সঞ্চয়অপচয়
সন্মানঅসন্মান
সধৱাবিধৱা
সদয়নিৰ্দয়
সংযোগবিয়োগ
স্পষ্টঅস্পষ্ট
স্বৰ্গনৰক, মৰ্ত
স্থাৱৰঅস্থাৱৰ
সুলভদুৰ্লভ
সুশ্ৰীকুশ্ৰী, বিশ্ৰী
সুগন্ধদুৰ্গন্ধ
সৃষ্টিপ্ৰলয়, ধ্বংস
স্থিৰঅস্থিৰ

 


হৰ্ষবিষাদ
হ্ৰাসবৃদ্ধি
হৰণপূৰণ
হিংসাঅহিংসা

 

ক্ষ

ক্ষুদ্ৰবৃহৎ
ক্ষমাপ্ৰতিশোধ
ক্ষয়বৃদ্ধি

 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top